হাজোৰ ৭৫ নং শ্বহীদ খগেন ভৰালী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৬২ নং বুথত আজি ‘মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ’ প্ৰ পত্ৰ বিতৰণৰ শুভাৰম্ভণি কৰা ।
হাজো মণ্ডল বিজেপিৰ তত্বাৱধায়ক ভূপেন কলিতাৰ তত্বাৱধানত ৬২ নং বুথৰ সভানেত্ৰী মণি বেজবৰুৱাৰ নেতৃত্বত মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ
প্ৰ-পত্ৰ বিতৰণ ৰামদিয়াৰ সস্তাৰত শুভাৰম্ভণি কৰা হয় ।
এই অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পার্টিৰ, অসম অনুসূচিত জাতি মৰ্চাৰ উপ সভাপতি প্ৰকাশ চন্দ্ৰ দাস, বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ
উপ-সভাপতি বিপুল দাস, ৩ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্যা ৰেৱতী ডেকা মজুমদাৰ, হাজো আঞ্চলিক পঞ্চায়ত সভানেত্ৰী অৰ্পনা বৰ্মন, হাজো মণ্ডলৰ সভানেত্ৰী
দিপাঞ্জলী দাস ডেকা, হাজো মণ্ডলৰ প্ৰভাৰী প্ৰভাত চন্দ্ৰ কলিতা, খগেন ভৰালী গাঁও পঞ্চায়তৰ উপ সভাপতি নয়ন মণি কলিতা, বিজেপিৰ কাৰ্যকৰ্তা হেমন্ত বেজবৰুৱা,
লগতে কেইবাগৰাকীও দলীয় কর্মী এই প্ৰ পত্ৰ বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে ।
ইফালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰী সকলৰ বাবে পঠিওৱা শুভেচ্ছা বাণীৰ লগতে উপহাৰ হিচাপে দিয়া
কিতাপ বিতৰণ কৰা হয় ।

হাজোৰ ৰামদিয়াত মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনি প্ৰ-পত্ৰ বিতৰণ
Releated Posts
দৌলৎসৱৰ আনন্দ-উল্লাসৰ মাজতে ভয়ংকৰ দূৰ্ঘটনা
দৌলৎসৱৰ আনন্দ-উল্লাসৰ মাজতে আমিনগাওঁৰ জয়গুৰুত ভয়ংকৰ দূৰ্ঘটনা। AS-25-FC-0928 নম্বৰৰ ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন ব্যক্তি। IIT গুৱাহাটী আৰু…
চকলেটৰ প্ৰলভন দেখুৱাই এগৰাকী মানসিক বিকাৰগ্ৰস্তৰ লগত কু কাণ্ড
গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত নালিয়াত জঘণ্য কাণ্ড। চকলেটৰ প্ৰলভন দেখুৱাই এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতীক ধৰ্ষন কৰাৰ অভিযোগ ছাহজাহান…
ম্লেছ বৃটিছেই প্ৰচলন কৰিছিল বিশ্বকৰ্মা পূজা।
সেইয়া ১৮৩৮ চনৰ কথা। ভাৰতত বৃটিছৰ শাসন।বৃটিছে কলিকতাত এটা ছপা যন্ত্ৰ স্থাপন কৰি বাঙালী ভাষাৰ লগতে ইংৰাজী ভাষাৰ…
বাৰ্ষিক FASTag Pass দেশৰ সকলো ঘাইপথতে বৈধ হ’বনে? কোনে নাপাব এই সুবিধা? নিয়ম জানি লওক
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে শেহতীয়াকৈ ঘোষণা কৰিছে যে ২০২৫ চনৰ ১৫ আগষ্টৰ পৰা ৩…
Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
https://shorturl.fm/tGBHU
Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
Share our link, earn real money—signup for our affiliate program!
Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
Sign up for our affiliate program and watch your earnings grow!
Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
Share our products and watch your earnings grow—join our affiliate program!
Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
Share our products, reap the rewards—apply to our affiliate program!
Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
Refer and earn up to 50% commission—join now!
Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
Promote our brand and watch your income grow—join today!