• Home
  • India
  • ভাৰতত ইলন মাস্কৰ টেছলাৰ দাম কিমান, জানি লওক গুৰুত্বপূৰ্ণ প্ৰশ্ন?
Image

ভাৰতত ইলন মাস্কৰ টেছলাৰ দাম কিমান, জানি লওক গুৰুত্বপূৰ্ণ প্ৰশ্ন?

মঙলবাৰে মুম্বাইত টেছলাই প্ৰথমটো শ্ব’ৰুম মুকলি কৰে। চিএনবিচিৰ এক প্ৰতিবেদন অনুসৰি টেছলাৰ দক্ষিণ-পূব সঞ্চালক ইছাবেল ফেনে ঘোষণা কৰিছে যে কোম্পানীটোৱে অতি সোনকালে ৰাজধানী দিল্লীতো এটা শ্ব’ৰুম মুকলি কৰিব।

কিছুদিনৰ পৰা বিক্ৰী হ্ৰাস হয় আছে মাস্কৰ টেছলাৰ। উচ্চ শুল্কক লৈ ভাৰতক সমালোচনা কৰি আহিছে মাস্কে।
এনে পৰিস্থিতিত সমগ্ৰ বিশ্বৰ অটোমোবাইল খণ্ডই ভাৰতীয় গাড়ীৰ বজাৰত টেছলাৰ প্ৰৱেশক আগ্ৰহেৰে চাই আছে।

টেছলা ইণ্ডিয়া সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ জানি লওক

গাড়ীখনৰ দাম কিমান হ’ব?

টেছলাই ভাৰতত নিজৰ Model Y গাড়ী মুকলি কৰিছে, যাৰ আৰম্ভণিৰ মূল্য হ’ব ৭০ হাজাৰ ডলাৰ অৰ্থাৎ প্ৰায় ৬০ লাখ টকা।
গ্ৰাহকে টেছলাৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে গাড়ীখন বুকিং কৰিব পাৰিব আৰু চলিত বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকৰ ভিতৰত (অক্টোবৰৰ পৰা ডিচেম্বৰলৈ) ইয়াৰ ডেলিভাৰী হোৱাৰ সম্ভাৱনা আছে।

মাস্কে বহুদিন ধৰি টেছলাক ভাৰতলৈ অনাৰ পৰিকল্পনা কৰিছিল। ভাৰতত টেছলাৰ এটা কাৰখানাও খোলাৰ পৰিকল্পনা কৰিছিল।

টেছলাৰ মডেল ৱাই ৰিয়াৰ হুইল ড্ৰাইভৰ মূল্য প্ৰায় ৬০ লাখ টকা, আনহাতে মডেল ৱাই লং ৰেঞ্জ ৰিয়াৰ হুইল ড্ৰাইভৰ মূল্য ৬৮ লাখ টকা

কোম্পানীটোৰ “ফুল ছেল্ফ-ড্ৰাইভিং” ফিচাৰ অতিৰিক্ত ৬ লাখ টকাত উপলব্ধ হ’ব, ভৱিষ্যতে আপডেটৰ প্ৰতিশ্ৰুতি দিয়া হৈছে যিয়ে বাহনখনক নূন্যতম মানৱ হস্তক্ষেপেৰে চলাব পাৰিব।

এই মডেলৰ মূল্য আমেৰিকাত ৪৪,৯৯০ ডলাৰ, যিটো প্ৰায় ৩৯ লাখ টকা, চীনত ৩৬,৭০০ ডলাৰ, যিটো প্ৰায় ৩২ লাখ টকা আৰু জাৰ্মানীত ৪৫,৯৭০ ডলাৰ, যিটো প্ৰায় ৩৯ লাখ ৫০ হাজাৰ টকা।

গতিকে প্ৰশ্ন উত্থাপন হয় যে ভাৰতত ইয়াৰ দাম ইমান বেছি কিয়?

টেছলাই গ্ৰাহকৰ বাবে ভাৰতলৈ অনা গাড়ীসমূহৰ শুল্ক প্ৰায় ১০০ শতাংশ হ’ব। সেইবাবেই ভাৰতত বিক্ৰী হোৱা টেছলাৰ গাড়ীৰ দাম ইমান বেছি।

এপ্ৰিল মাহত টেছলাৰ মুখ্য বিত্তীয় বিষয়া বৈভৱ তানেজাই ভাৰতৰ প্ৰতি কোম্পানীটোৰ আগ্ৰহ প্ৰকাশ কৰিছিল। কিন্তু তেওঁ লগতে কয় যে, “ভাৰতত কোম্পানীটোৱে অতি সাৱধানতাৰে পদক্ষেপ ল’ব কাৰণ ইভি (ইলেক্ট্ৰিক বাহন) আমদানিৰ ওপৰত ৭০ শতাংশ শুল্ক আৰু প্ৰায় ৩০ শতাংশ বিলাসী কৰ আছে।”

Releated Posts

পুৰুষে বেছি শুৱে নে মহিলাই ?গৱেষণাত আচৰিত তথ্য প্রকাশ পাইছে!

পুৰুষ নে মহিলা, কোনে বেছি শুৱে ? অধ্যয়নত আচৰিত ধৰণৰ তথ্য প্রকাশ পাইছে।শৰীৰৰ বাবে টোপনি অতি গুৰুত্বপূৰ্ণ ।…

ByByadminNov 18, 2025

Dhanteras 2025: সোণ-ৰূপৰ বাহিৰে ধনতেৰাছত এইবোৰ কিনি লওক, দেৱী লক্ষ্মীয়ে আপোনাক ধনেৰে ভৰাই দিব

Dhanteras 2025: সোণ-ৰূপৰ বাহিৰে ধনতেৰাছত এইবোৰ কিনি লওক, দেৱী লক্ষ্মীয়ে আপোনাক ধনেৰে ভৰাই দিব। ধনতেৰাছ অত্যন্ত শুভ দিন…

ByByadminOct 17, 2025

প্ৰতিমাহে ৬০০০ টকা দিয়া হ’ব, দিল্লী চৰকাৰৰ এটা ডাঙৰ সিদ্ধান্ত, কোনে লাভৱান হ’ব?

মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয় যে এই আঁচনিখন কেবিনেট বৈঠকত অনুমোদন জনোৱা হৈছে। ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন উপলক্ষে…

ByByadminSep 16, 2025

PNBত একাউণ্ট থকা সকলে ৮ আগষ্টৰ ভিতৰত KYC কৰি লওক,যদি নকৰে তেন্তে একাউণ্টৰ পৰা লেনদেনত সমস্যা হ’ব পাৰে

যদি আপোনাৰ পঞ্জাৱ নেচনেল বেংকত (PNB) একাউণ্ট আছে,তেন্তে সোনকালে আপোনাৰ KYC সম্পূৰ্ণ কৰক। যদি আপুনি এনে নকৰে তেন্তে…

ByByadminJul 27, 2025
14 Comments Text
  • Leona1032 says:
    Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
    https://shorturl.fm/Td4Jn
  • Geoffrey1914 says:
    Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
    Join our affiliate community and maximize your profits—sign up now!
  • Zachary2805 says:
    Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
    Share our products, earn up to 40% per sale—apply today!
  • Violet4690 says:
    Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
    Share your link, earn rewards—sign up for our affiliate program!
  • Julia3190 says:
    Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
    Earn up to 40% commission per sale—join our affiliate program now!
  • Brinley3150 says:
    Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
    Start earning passive income—become our affiliate partner!
  • Alan3746 says:
    Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
    Become our affiliate—tap into unlimited earning potential!
  • Gilbert542 says:
    Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
    Get paid for every referral—enroll in our affiliate program!
  • Danielle1833 says:
    Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
    Share our link, earn real money—signup for our affiliate program!
  • Crystal3900 says:
    Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
    Earn passive income on autopilot—become our affiliate!
  • learn says:
    Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
    It’s remarkable to go to see this site and reading the views of all mates concerning this article, while I am also zealous of getting know-how.
  • Helen460 says:
    Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
    Unlock exclusive rewards with every referral—apply to our affiliate program now!
  • Brody1531 says:
    Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
    Promote our brand and watch your income grow—join today!
  • Jermaine1969 says:
    Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
    Share your unique link and cash in—join now!
  • Leave a Reply

    Your email address will not be published. Required fields are marked *

    Scroll to Top