সেইয়া ১৮৩৮ চনৰ কথা। ভাৰতত বৃটিছৰ শাসন।বৃটিছে কলিকতাত এটা ছপা যন্ত্ৰ স্থাপন কৰি বাঙালী ভাষাৰ লগতে ইংৰাজী ভাষাৰ ছপা কাম কৰিবলৈ লৈছিল।এই ছপা বা মুদ্ৰন যন্ত্ৰ সময়ে সময়ে পৰিস্কাৰ কৰাৰ প্ৰয়োজন। বৃটিছৰ এই ছপাশালৰ নাম আছিল “থমছন প্ৰেছ”। কৰ্মচাৰী সকল ভাৰতীয়।থমছন চাহাব আছিল প্ৰেছৰ গৰাকী। কৰ্মচাৰী সকলক প্ৰেছৰ যন্ত্ৰ পাতি সমূহ চাফা কৰাবলৈ কয় যদিও ভাৰতীয় কৰ্মচাৰীয়ে পাল মাৰে।প্ৰেছৰ ইটোৰ পাছত সিটোকৈ বেমাৰ ওলাবলৈ ল’লে।
থমছন চাহাবে দেখিলে ,এনেকৈ নহ’ব বেলেগ কিবা বুদ্ধি কৰিব লাগিব।পূজা পাতলত অধিক বিশ্বাসী ভাৰতীয় সকল। তেওঁ এজন পুৰোহিত বিচাৰি আনি কল কাৰখানাৰ অথবা চাফ চিকুনৰ কোনোবা ভাৰতীয় দেৱতা আছেনেকি সুধিলে।পুৰুহিতে এজন আছে বুলি জনালে।দেৱতা গৰাকীৰ নাম বিশ্বকৰ্মা।লগে লগে থমছন চাহেবে পুৰুহিতক বিশ্বকৰ্মা পূজাৰ বিধি প্ৰস্তুত কৰিবলৈ দিলে।
পূজা পাৰ্বন বুলিলে আনন্দত আত্মহাৰা হোৱা ভাৰতীয় কৰ্মচাৰী সকলো ব্যস্ত হৈ পৰিল।কেইবাদিনো ধৰি ছপা যন্ত্ৰ পৰিস্কাৰ কৰি চিকচিকিয়া কৰিলে।পুৰুহিতেও বিধি প্ৰস্তুত কৰিলে।ফুলৰ মালাৰে সজাই তুলিলে ছপাশাল।সকলো সম্পূৰ্ণ হোৱাত ১৮৩৮ চনৰ ১৭ ছেপ্টেম্বৰত বিশ্বকৰ্মাৰ মৃণ্ময় মূৰ্তি স্থাপনেৰে , উৎসাহ উদ্দীপনাৰ মাজেদি সম্পন্ন হ’ল বিশ্বৰ প্ৰথমভাগ বিশ্বকৰ্মা পূজা কলিকতাত। প্ৰচাৰ হ’ল,এই পূজা পতাৰ বাবেই ছপা যন্ত্ৰটো আগতকৈ সক্ৰিয় হ’ল।লাহে লাহে এই পূজা প্ৰসাৰিত হ’ল।আজি ঘৰে ঘৰে বিশ্বকৰ্মা পূজা। বৃটিছ চাহাবৰ পৰিকল্পনাৰে ১৭ ছেপ্টেম্বৰত আৰম্ভ কৰাৰ বাবেই ইংৰাজী তাৰিখ ১৭ ছেপ্টেম্বৰত প্ৰতিবছৰে ,বিগত 187 বছৰ ধৰি বিশ্বকৰ্মা পূজা অনুষ্ঠিত হৈ আহিছে।আজি ই সমগ্ৰ ভাৰতৰে সাৰ্বজনীন পূজালৈ উত্তৰণ ঘটিছে। ভাৰতীয় মূলৰ লোকে বসবাস কৰা বিশ্বৰ অন্যান্য ঠাইতো উদযাপন কৰা হয় বিশ্বকৰ্মা পূজা।

ম্লেছ বৃটিছেই প্ৰচলন কৰিছিল বিশ্বকৰ্মা পূজা।
Releated Posts
দৌলৎসৱৰ আনন্দ-উল্লাসৰ মাজতে ভয়ংকৰ দূৰ্ঘটনা
দৌলৎসৱৰ আনন্দ-উল্লাসৰ মাজতে আমিনগাওঁৰ জয়গুৰুত ভয়ংকৰ দূৰ্ঘটনা। AS-25-FC-0928 নম্বৰৰ ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন ব্যক্তি। IIT গুৱাহাটী আৰু…
চকলেটৰ প্ৰলভন দেখুৱাই এগৰাকী মানসিক বিকাৰগ্ৰস্তৰ লগত কু কাণ্ড
গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত নালিয়াত জঘণ্য কাণ্ড। চকলেটৰ প্ৰলভন দেখুৱাই এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতীক ধৰ্ষন কৰাৰ অভিযোগ ছাহজাহান…
হাজোৰ ৰামদিয়াত মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনি প্ৰ-পত্ৰ বিতৰণ
হাজোৰ ৭৫ নং শ্বহীদ খগেন ভৰালী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৬২ নং বুথত আজি ‘মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ’ প্ৰ…
বাৰ্ষিক FASTag Pass দেশৰ সকলো ঘাইপথতে বৈধ হ’বনে? কোনে নাপাব এই সুবিধা? নিয়ম জানি লওক
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে শেহতীয়াকৈ ঘোষণা কৰিছে যে ২০২৫ চনৰ ১৫ আগষ্টৰ পৰা ৩…
Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
Get paid for every referral—sign up for our affiliate program now!
Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
Maximize your earnings with top-tier offers—apply now!
Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
Share your link and rake in rewards—join our affiliate team!
Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
Tap into unlimited earnings—sign up for our affiliate program!
Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
Get paid for every referral—enroll in our affiliate program!
Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
Having read this I thought it was really enlightening. I appreciate you finding the time and energy to put this short article together. I once again find myself personally spending a lot of time both reading and leaving comments. But so what, it was still worth it!
Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
Tap into a new revenue stream—become an affiliate partner!