• Home
  • Assam
  • চকলেটৰ প্ৰলভন দেখুৱাই এগৰাকী মানসিক বিকাৰগ্ৰস্তৰ লগত কু কাণ্ড
Image

চকলেটৰ প্ৰলভন দেখুৱাই এগৰাকী মানসিক বিকাৰগ্ৰস্তৰ লগত কু কাণ্ড

গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত নালিয়াত জঘণ্য কাণ্ড। চকলেটৰ প্ৰলভন দেখুৱাই এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতীক ধৰ্ষন কৰাৰ অভিযোগ ছাহজাহান আলী নামৰ এজন যুৱকৰ বিৰুদ্ধে। গোলকগঞ্জ থানাৰ নালিয়া আৰক্ষী নিৰীক্ষণ চকীত এজাহাৰ দাখিল।

কালি সন্ধিয়াৰ সময়ত নালিয়াৰ মানসিক বিকাৰগ্ৰস্ত যুৱতী গৰাকীক একে গাঁৱৰে ছাহজাহান আলী নামৰ লম্পট যুৱক জনে চকলেটৰ প্ৰলভোন দেখুৱাই আন্ধাৰত লৈ কু কাণ্ড সংঘটিত কৰে বুলি অভিযোগ উত্থাপিত হৈছে।

এই ঘটনা সংঘটিত হোৱাৰ পিছতেই গাঁৱ খনৰে একাংশ মাতব্বৰে ঘনটা শালিসী বিচাৰ কৰিব বিচাৰে। কিন্তু ভুক্তভোগী যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে অমান্তি হৈ আজি এজাহাৰ দাখিল কৰে। নালিয়া আৰক্ষীয়ে ইতিমধ্যেই যুৱতী গৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে।

Releated Posts

ম্লেছ বৃটিছেই প্ৰচলন কৰিছিল বিশ্বকৰ্মা পূজা।

সেইয়া ১৮৩৮ চনৰ কথা। ভাৰতত বৃটিছৰ শাসন।বৃটিছে কলিকতাত এটা ছপা যন্ত্ৰ স্থাপন কৰি বাঙালী ভাষাৰ লগতে ইংৰাজী ভাষাৰ…

ByByadminSep 17, 2025

হাজোৰ ৰামদিয়াত মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনি প্ৰ-পত্ৰ বিতৰণ

হাজোৰ ৭৫ নং শ্বহীদ খগেন ভৰালী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৬২ নং বুথত আজি ‘মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ’ প্ৰ…

ByByadminAug 24, 2025

বাৰ্ষিক FASTag Pass দেশৰ সকলো ঘাইপথতে বৈধ হ’বনে? কোনে নাপাব এই সুবিধা? নিয়ম জানি লওক

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে শেহতীয়াকৈ ঘোষণা কৰিছে যে ২০২৫ চনৰ ১৫ আগষ্টৰ পৰা ৩…

ByByadminJul 22, 2025

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to Top